ଅର୍ଥ : কৌশলগত ঢঙেৰে
ଉଦାହରଣ :
কোনো কাম পদ্ধতিগতভাৱে কৰা উচিত
ସମକକ୍ଷ : পদ্ধতিগতভাৱে, প্রথানুসাৰে, প্রথানুসৰি, বিধিমতে, যথাবিধি, ৰীতিগতভাৱে
ଅର୍ଥ : পৰম্পৰা পালন কৰি
ଉଦାହରଣ :
মোৰ ঘৰত সকলো উৎসৱ পৰম্পৰানুসৰি উদযাপন কৰা হয়
ସମକକ୍ଷ : দস্তুৰমত, দস্তুৰমতে, পৰম্পৰানুসৰি