ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ৰাজ্য ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ৰাজ্য   বিশেষ্য

ଅର୍ଥ : এজন ৰজা বা ৰাণীৰ দ্বাৰা শাসিত অঞ্চল

ଉଦାହରଣ : মোগলকালীন যুগত ভাৰতবর্ষ সৰু-সৰু ্ৰাজ্যত বিভক্ত আছিল

ସମକକ୍ଷ : প্রদেশ

ଅର୍ଥ : যি শাসনতন্ত্রত ৰাজ্যৰ শাসন কোনো ৰজা বা ৰাণীৰ অধীনত থাকে

ଉଦାହରଣ : খৰাং বতৰৰ কাৰণে ৰাজ্যই সকলো কৃষকৰে কৰ ৰেহাই দিলে

ଅର୍ଥ : কোনো প্রদেশত বসবাস কৰা লোক

ଉଦାହରଣ : সমগ্র ৰাজ্য মুদ্রাস্ফীতিৰ কাৰণে বিবুধিত পৰিছে

ସମକକ୍ଷ : প্রদেশ, প্রান্ত

ଅର୍ଥ : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র

ଉଦାହରଣ : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে

ସମକକ୍ଷ : দেশ, প্রদেশ, প্রান্তৰ

ଅର୍ଥ : এখন ধৰি লোৱা ক্ষেত, যʼত কোনোবাই প্রভাৱ বিস্তাৰ

ଉଦାହରଣ : চাৰিওফালে মিছাৰ ৰাজ্য

ସମକକ୍ଷ : দেশ, সাম্রাজ্য, স্থলী

ଅର୍ଥ : স্বায়ত্ব অঞ্চলৰ শাসনৰ দ্বাৰা সন্মিলিত হোৱা লোক-সমষ্টি ................???

ଉଦାହରଣ : ৰাজ্য আয়কৰ বৃদ্ধি কৰি দিলে

ସମକକ୍ଷ : প্রদেশ