ଅର୍ଥ : এজন ৰজা বা ৰাণীৰ দ্বাৰা শাসিত অঞ্চল
ଉଦାହରଣ :
মোগলকালীন যুগত ভাৰতবর্ষ সৰু-সৰু ্ৰাজ্যত বিভক্ত আছিল
ସମକକ୍ଷ : প্রদেশ
ଅର୍ଥ : যি শাসনতন্ত্রত ৰাজ্যৰ শাসন কোনো ৰজা বা ৰাণীৰ অধীনত থাকে
ଉଦାହରଣ :
খৰাং বতৰৰ কাৰণে ৰাজ্যই সকলো কৃষকৰে কৰ ৰেহাই দিলে
ଅର୍ଥ : স্বায়ত্ব অঞ্চলৰ শাসনৰ দ্বাৰা সন্মিলিত হোৱা লোক-সমষ্টি ................???
ଉଦାହରଣ :
ৰাজ্য আয়কৰ বৃদ্ধি কৰি দিলে
ସମକକ୍ଷ : প্রদেশ