ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ৰজাৰ পত্নী
ଉଦାହରଣ : ৰজা দশৰথৰ তিনিগৰাকী পত্নী আছিল
ସମକକ୍ଷ : চুলতানা, পটেছৰী, পটেশ্বৰী, পাটমাদৈ, পাটৰাণী, বেগম, মহাদৈ, মহাৰাণী, মহিষী, মাদৈ, সম্রাজ্ঞী, ৰাজ-ৰাজেশ্বৰী, ৰাজৰাণী, ৰাণী
ଅର୍ଥ : কোনো সাম্রাজ্যৰ মহিলা শাসক বা অধিকাৰী:ভাৰতৰ ইতিহাসত কোনো প্রসিদ্ধ সম্রাজ্ঞীৰ উল্লেখ পোৱা নাযায়
ଉଦାହରଣ :
ସମକକ୍ଷ : চুলতানা, মহিষী, সম্রাজ্ঞী, সাম্রাজ্য অধিকাৰিণী, ৰাজ-ৰাজেশ্বৰী, ৰাজৰাণী
ସଂସ୍ଥାପନ କରନ୍ତୁ