ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ৰাজকীয় ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ৰাজকীয়   বিশেষণ

ଅର୍ଥ : বদচাহ সম্বন্ধীয় বা বাদচাহৰ

ଉଦାହରଣ : আমি ৰাজকীয় মহলবোৰ পৰি্দর্শন কৰিলো

ଅର୍ଥ : ৰজাসকলৰ দৰে

ଉଦାହରଣ : আজিকালিৰ মন্ত্রীসকলৰ জীৱন ৰাজকীয় হয়

ଅର୍ଥ : ৰজাৰ বা ৰজা সম্বন্ধীয়

ଉଦାହରଣ : এই মহলত ৰাজকীয় বস্তু সংগ্রহিত হৈ আছে

ଅର୍ଥ : ৰাজ্যৰ সৈতে সম্বন্ধ ৰাখোঁতা

ଉଦାହରଣ : ৰাজকীয় সমস্যাবোৰৰ প্রতি অৱহেলা কৰা অনুচিত

ଅର୍ଥ : দেশীয় ৰাজ্যৰ লগত সম্বন্ধ ৰাখোতা

ଉଦାହରଣ : বিদ্রোহীয়ে ৰাজকীয় খাজানা লুটিলে