ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ৰহস্য ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ৰহস্য   বিশেষ্য

ଅର୍ଥ : কোনো বস্তু বা বিষয়ৰ এনেকুৱা গূঢ় বর্ণ্্না যাৰ আধাৰত উত্তৰ দিয়া বা সেই বস্তুৰ নাম কʼবলৈ বহুত চিন্তা-ভাৱনা কৰিব লগা হয়

ଉଦାହରଣ : তেওঁ প্রহেলিকা কৰি আছে

ସମକକ୍ଷ : প্রহেলিকা, সাঁথৰ

ଅର୍ଥ : লুকুৱাই ৰখা কোনো কথা আদি

ଉଦାହରଣ : চোৰে পুলিচৰ আগত চুৰ কৰাৰ ৰহস্য প্রকাশ কৰিলে