ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি ৰসেৰে ভৰপূৰ
ଉଦାହରଣ : আম এবিধ ৰসাল ফল
ସମକକ୍ଷ : সৰস, ্ৰসালী, ৰসগর্ভ, ৰসপূর্ণ, ৰসময়, ৰসাত্মক
ଅର୍ଥ : যি ৰুচিৰে ভৰপূৰ
ଉଦାହରଣ : তেওঁৰ ওচৰত ৰুচিসম্পন্ন কাহিনীৰ কিতাপ আছে
ସମକକ୍ଷ : ভাল, ৰুচিকৰ, ৰুচিসম্পন্ন, ৰোচক
ଅର୍ଥ : যʼত ৰস আছে
ଉଦାହରଣ : পুৰীৰ লগত ৰসযুক্ত চ্্ব্জি খাই ভাল লাগে
ସମକକ୍ଷ : ৰসযুক্ত
ସଂସ୍ଥାପନ କରନ୍ତୁ