ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যʼত ৰস নাই
ଉଦାହରଣ : শুকান ফল নিৰস
ସମକକ୍ଷ : নিৰস, শুকান
ଅର୍ଥ : যিটো ৰুচিপূর্ণ নহয়
ଉଦାହରଣ : এইটো আপোনাৰ কাৰণে অৰুচিকৰ কাহিনী হৈছে যদিও মই ইয়াত আনন্দ পাইছোঁ
ସମକକ୍ଷ : অসাৰ, অৰুচিকৰ, নীৰস, ৰুচিহীন
ଅର୍ଥ : যি ৰসিক নহয়
ଉଦାହରଣ : তুমি ইমান বেৰসিক ধৰণৰ মানুহ যে তোমাৰ লগত ধেমালি কৰাৰ কোনো অর্থ ্নাই
ସମକକ୍ଷ : নিৰস, বেৰসিক
ସଂସ୍ଥାପନ କରନ୍ତୁ