ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ৰস ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ৰস   বিশেষ্য

ଅର୍ଥ : শাৰীৰিক প্রক্রিয়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা গ্রন্থি বা কোশিকাৰ পৰা নিগৰিত দ্রৱ বিশেষ

ଉଦାହରଣ : লালটি, হৰমোন আদি ৰসে মানৱ শৰীৰত বিশেষ ভূমিকা পালন কৰে

ସମକକ୍ଷ : স্রাৱ

ଅର୍ଥ : গছৰ গাৰ পৰা ওলোৱা বা পিচি উলিওৱা তৰল পদার্থ বিশেষ

ଉଦାହରଣ : কিছুমান গছৰ ৰস ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়

ସମକକ୍ଷ : নি্র্যাস, মন্দ

ଅର୍ଥ : কোনো পদার্থৰ ্সাৰ বা মূল ভাগ

ଉଦାହରଣ : ৰস কেইবাপ্রকাৰৰ আছে

ଅର୍ଥ : কোনো কথাৰ পৰা হোৱা ৰুচি বা তাৰ পৰা পোৱা আনন্দ

ଉଦାହରଣ : ভক্তই ভগৱানৰ কী্র্তন কৰি আনন্দ লৈ আছে

ସମକକ୍ଷ : আনন্দ, মজা

ଅର୍ଥ : উদ্ভিদ অথবা তাৰ ফুল-পাত আদিত থকা বিশেষ এক ধৰণৰ তৰল পদার্থ ্যাক মোহাৰিলে বা চেপিলে এই তৰল পদার্থ ওলাই আহে

ଉଦାହରଣ : নিম পাতৰ ৰস খালে আৰু ছালত লগালে চর্মৰোগ ভাল হয়

ଅର୍ଥ : কোনো বস্তু চেপিলে বা পিচিলে ওলোৱা তৰল পদার্থ

ଉଦାହରଣ : পদিনাৰ ৰস পেটৰ কাৰণে বৰ ভাল

ସମକକ୍ଷ : অর্ক, আৰক, নি্র্যাস, মূল, ্সাৰ অংশ