ଅର୍ଥ : বস্তুৰ আদান-প্রদানৰ প্রক্রিয়া
ଉଦାହରଣ :
বস্তুৰ বিনিময় কৰাৰ প্রণালী অতি প্রাচীন
ସମକକ୍ଷ : অদল-বদল, অদলী-বদলী, আদান-প্রদান, বিনিময়
ଅର୍ଥ : অলপ হেৰ-ফেৰ বা পৰি্ৱর্তন
ଉଦାହରଣ :
শ্যামৰ ঘৰটোৰ ৰদ-বদল দেখি আমি হতচকিত ্হʼলোঁ
ସମକକ୍ଷ : সালসলনি
ଅର୍ଥ : এটাক এৰি তাৰ ঠাইত আনক গ্রহণ কৰা কার্য
ଉଦାହରଣ :
বিক্রী হোৱা বস্তুৰ ৰদ-বদল নহয়
ସମକକ୍ଷ : অদল-বদল