ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কপাহ, ৰেচম আদিৰ পৰা তৈয়াৰ কৰা দীঘল মিহি ্ আঁহ, যি বোৱা-কটাত ব্যৱহাৰ হয়
ଉଦାହରଣ : এই শাৰীখন পাট সূতাৰে তৈয়াৰী
ସମକକ୍ଷ : গুণ, সূতা, সূত্র
ଅର୍ଥ : সূতা, শন আদিৰে বাটি তৈয়াৰ কৰা এবিধ দীঘলীয়া বস্তু যাক বিশেষকৈ বন্ধা আদি কামত ব্যৱহাৰ কৰা হয়
ଉଦାହରଣ : গাঁৱৰ মানুহে চোৰটোক ৰচীৰে বান্ধি পেলালে
ସମକକ୍ଷ : জৰী, ৰচী
ସଂସ୍ଥାପନ କରନ୍ତୁ