ଅର୍ଥ : ষড়যন্ত্র আদিৰ ৰূপৰেখা তৈয়াৰ কৰা
ଉଦାହରଣ :
দুর্যোধনে পাণ্ডৱৰ বিৰুদ্ধে ষড়যন্ত্র ৰচিলে
ଅର୍ଥ : কোনো বস্তু সাজি তৈয়াৰ কৰা বা ৰচা কার্য
ଉଦାହରଣ :
মই আজি এটা নতুন কবিতা সৃষ্টি কৰিলোঁ
ସମକକ୍ଷ : সৃজন কৰা, সৃষ্টি কৰা