ଅର୍ଥ : কোনো প্রিয় বা অভিষ্ট বস্তু পোৱাৰ পিছত অথবা কোনো ভাল বা শুভ কাম হোৱাৰ পিছত মনত ওপজা ভাব বা অৱস্থা:তেওঁৰ জীৱনটো আনন্দৰেই চলি আছে
ଉଦାହରଣ :
ସମକକ୍ଷ : আনন্দ, আহ্লাদ, উচল-পাচল, উলাহ, উলাহ-বিলাহ, উল্লাস, খুচ, খুছ, তামাচা, পুলক, প্রফুল্লতা, প্রসন্নতা, লাহ-বিলাহ, স্ফূর্টি, স্ফূর্টি-তামাচা, হর্ষ, হৰষ-দৰষ, হৰিষ, ৰং, ৰং-তামাচা
ଅର୍ଥ : মনত আনন্দ দিয়া কথা বা কাম
ଉଦାହରଣ :
মোৰ লগত ধেমালি নকৰিবা
ସମକକ୍ଷ : ধেমালি, বিনোদন, ্হাঁহি-ধেমালি, ৰং-ধেমালি, ৰং-ৰহইচ