ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ভাৱবোৰ প্রকাশিত নকৰা
ଉଦାହରଣ : তেওঁ নিজৰ খঙক ৰখালে
ଅର୍ଥ : কোনো গতিশীল বস্তুৰ গতি বন্ধ কৰা
ଉଦାହରଣ : গাড়ীৰ সন্মুখত হঠাৎ এটা কুকুৰ আহি ওলোৱাত চালকজনে গাড়ীখন ৰখালে
ଅର୍ଥ : কাৰোবাক আগ বাঢ়িবলৈ নিদিয়া
ଉଦାହରଣ : পুলিচে সমদলটোক চকটোতে ৰখাই দিলে
ସମକକ୍ଷ : ৰখাই দিয়া
ସଂସ୍ଥାପନ କରନ୍ତୁ