ଅର୍ଥ : যিজন ব্যক্তিয়ে ৰক্ষা কৰে
ଉଦାହରଣ :
দেশৰ ৰক্ষকে নিজৰ প্রাণৰ কথা চিন্তা নকৰি সীমান্তত পহৰা দি থাকে
ସମକକ୍ଷ : আৰক্ষক, ৰক্ষা কর্তা, ৰখীয়া
ଅର୍ଥ : যিজনে কাৰোবাক মুক্ত কৰাত সহায় কৰে বা কাৰোবাৰ কষ্ট আদি দূৰ কৰে
ଉଦାହରଣ :
আধুনিক সমাজত কিছুমান লোকে ত্রাণকর্তা হোৱাৰ ভাও ধৰে
ସମକକ୍ଷ : উদ্ধাৰকাৰী, ত্রাণকর্তা