ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : পথাৰ আৰু হাবি-জংগলত থকা এবিধ চাৰিঠেঙীয়া তৃণভোজী প্রাণী
ଉଦାହରଣ : হৰিণৰ ছালত বহি ঋষি-মুনিসকলে তপস্যা কৰিছিল
ସମକକ୍ଷ : কুৰংগ, কুৰঙ্গ, মৃগ, হৰিণ, হৰিণা পহু
ଅର୍ଥ : হৰিণাৰ মতা জাতি
ଉଦାହରଣ : এহাল হৰিণ আৰু হৰিণীয়ে বাগিচাত জঁপিয়াই ঘূৰি ফুৰিছে
ସମକକ୍ଷ : ঋষা, কুৰঙ্গ, কুৰঙ্গক, মৃগ, সাৰঙ্গ, সুনয়ন, হৰিণ, হৰিণা পহু
ସଂସ୍ଥାପନ କରନ୍ତୁ