ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ হ্রদ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

হ্রদ   বিশেষ্য

ଅର୍ଥ : কʼৰবাৰ পৰা পানী আহি জমা হোৱা ঠাই বা যি ঠাইত পানী জমা হয়

ଉଦାହରଣ : জলাশয়ত পদুম ফুল ফুলি আছে

ସମକକ୍ଷ : জলাশয়

ଅର୍ଥ : পানীৰ ডাঙৰ কুণ্ড বা গাঁত

ଉଦାହରଣ : বেছি গৰমৰ কাৰণে এই পুখুৰীটোৰ পানী শুকাই গৈছে

ସମକକ୍ଷ : খাল, জলাশয়, নাদ পুষ্কৰিণী, পুখুৰী, সৰসী, সৰোবৰ

ଅର୍ଥ : প্রাকৃতিকভাৱে হোৱা দীঘে-পথালিয়ে বহু ঠাই আগুৰি থকা জলভাগ

ଉଦାହରଣ : তেওঁ সৰোবৰত গা ধুই আছে

ସମକକ୍ଷ : জলাশয়, ডুবি, ডোবা, তৰাগ, পুষ্কৰিণী, লেʼক, সৰসী, সৰোবৰ