ଅର୍ଥ : কোনো কার্যৰ ্বাকী নথকা
ଉଦାହରଣ :
আপোনাৰ ভাত খোৱা হʼল নেকি
ଅର୍ଥ : ভাগৰ ৰূপত হোৱা বা তাৰ দ্বাৰা বনোৱা
ଉଦାହରଣ :
সপ্তপুৰিত অযোধ্যাৰো সমাবেশ হৈছেএই সূচীত ডাঙৰ ডাঙৰ লিখকৰ নামৰো সমাবেশ হৈছে
ସମକକ୍ଷ : সমাবেশ হোৱা
ଅର୍ଥ : কোনো বিশিষ্ট অথবা নিশ্চিত স্থিতি বা অৱস্থাত থকা
ଉଦାହରଣ :
এতিয়া গধূলি হʼল মেঘৰ পৰা বৰষুণ হয়
ଅର୍ଥ : এক নিশ্চিত স্থিতিত থকা বা কʼৰবাত স্থিত হোৱা
ଉଦାହରଣ :
হিমালয় ভাৰতৰ উত্তৰ দিশত আছে
ସମକକ୍ଷ : থকা, স্থিত হোৱা
ଅର୍ଥ : এটা ৰূপৰ পৰা সলনি হৈ আন এটা ৰূপ হৈ যোৱা বা বর্ত্্মানতকৈ পৃথক হোৱা
ଉଦାହରଣ :
মোৰ ছোৱালী নাটকত ৰাণী লক্ষ্মীবীঈ হৈছিল
ଅର୍ଥ : প্রতিৰূপ হোৱা
ଉଦାହରଣ :
মানস একেবাৰে নিজৰ মাকৰ নিচিনা হৈছে