ଅର୍ଥ : ওলাই থকা বা ফুলি অহা কোনো তল বা খণ্ডক ভিতৰলৈ হেঁচি ধৰা
ଉଦାହରଣ :
ডাক্তৰে হাতৰ ডাঙৰ হৈ অহা ফোঁহাটো চেপি ধৰিলে
ସମକକ୍ଷ : চেপি ধৰা, হেচুকি ধৰা
ଅର୍ଥ : কিহবাৰ ওপৰত এনেদৰে জোৰ দিয়া যাতে সেইটো পিছলৈ আঁতৰি যায়
ଉଦାହରଣ :
কম্পিটাৰ চলাবৰ কাৰণে গুল্লুৱে তাৰ চুইছটো দবালে
ସମକକ୍ଷ : দবোৱা