ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : সম্পূর্ণৰূপে সেই ৰূপতে
ଉଦାହରଣ : এই মূর্তিটো হুবহুৰূপে গঞাৰ মূর্তিৰ দৰেই হৈছে
ସମକକ୍ଷ : হুবহুৰূপে
ଅର୍ଥ : যি দেখিবলৈ একেধৰণৰ:এই দুইটা পুতলা দেখিবলৈ একে
ଉଦାହରଣ :
ସମକକ୍ଷ : অনুৰূপ, অবিকল, একে, তদ্রূপ, তুল্য, প্রতিম, সংকাশ, সদৃশ, সন্মিত, সমতুল, সমতুল্য, সমান, সমৰূপী, সাইলাখ
ଅର୍ଥ : এই ধৰণৰ
ଉଦାହରଣ : এনেকুৱা মোনা মোৰ ওচৰতো আছে
ସମକକ୍ଷ : অনুৰূপ, এই প্রকাৰৰ, এনেকুৱা, সদৃশ
ଅର୍ଥ : একেবাৰে সমান বা অনুৰূপ ধৰণৰ
ଉଦାହରଣ : এই কর্মটো এটা ডাঙৰ কামৰ হুবহু নকল
ସଂସ୍ଥାପନ କରନ୍ତୁ