ଅର୍ଥ : হিন্দী ভাষাৰ প্রাৰম্ভিক স্বৰূপ
ଉଦାହରଣ :
হিন্দুস্তানী দিল্লীৰ আশে-পাশে কোৱা হয়
ସମକକ୍ଷ : হিন্দুস্তানী
ଅର୍ଥ : ভাৰতৰ বা ভাৰতৰ সৈতে সম্বন্ধ ৰাখোতা
ଉଦାହରଣ :
বহুত দিনলৈকে ভাৰতীয় জনতাই গোলামৰ শিকলিত বান্ধখাই আছিল
ସମକକ୍ଷ : ভাৰতীয়, হিন্দুস্তানী