ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : জীৱ-জন্তুক মৰা-কটা আৰু শাৰীৰিকভাৱে কষ্ট দিয়া বৃত্তি
ଉଦାହରଣ : গান্ধীজী হিংসাৰ বিৰোধী আছিল
ସମକକ୍ଷ : ক্রুৰতা, হিংস্রতা
ଅର୍ଥ : অানৰ উন্নতি বা ভাল হোৱা দেখি পোৱা মানসিক কষ্ট
ଉଦାହରଣ : মোৰ উন্নতি দেখি ্ তেওঁ ঈর্ষাত জ্বলি মৰিছে
ସମକକ୍ଷ : অন্তর্দাহ, অসূয়া, ঈর্ষা, খিয়লা-খিয়লি, খিয়াল, পৰশ্রীকাতৰতা, বিদ্বেষ, বুকুৰ পোৰণি, মাৎসর্য্য
ସଂସ୍ଥାପନ କରନ୍ତୁ