ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : পেট আৰু কলিজাৰ বায়ু অলপ ৰখাই ৰখাই ডিঙিৰে উলিয়াই দিয়া বা ওলাই অহা এক দৈহিক কার্য
ଉଦାହରଣ : শিশুটোৰ বৰকৈ হিঁকটি আহিছে
ଅର୍ଥ : ভয়ৰ কাৰণে কথা কʼবলৈ সংকোচ কৰা
ଉଦାହରଣ : মালিকক দেখি চকীদাৰটোৰ হিঁকটি বন্ধ হৈ গʼল
ସମକକ୍ଷ : হেঁকেটি
ସଂସ୍ଥାପନ କରନ୍ତୁ