ଅର୍ଥ : জিকিব নোৱাৰা অৱস্থা
ଉଦାହରଣ :
এই নি্র্বাচনত তেওঁৰ ্ পৰাজয় নিশ্চিত
ସମକକ୍ଷ : ঘাটন, পৰাজয়, পৰাজয়স্বীকাৰ, পৰাভৱ, পৰাস্ত, বশ্যতাস্বীকাৰ, হাৰণ, হৰা-
ଅର୍ଥ : ফুল, মণি আদিৰে গোলাকাৰভাৱে সূতাত গাঁঠি লোৱা আৰু ডিঙিত পৰিধান কৰিব পৰা বস্তু
ଉଦାହରଣ :
তেওঁৰ ডিঙি মুকুতাৰ মালাৰে সুশোভিত হৈ আছিল
ସମକକ୍ଷ : মালা