ଅର୍ଥ : বাৰে বাৰে আগলৈ পিছলৈ, ওপৰ-তল বা ইফালে-সিফালে যোৱা
ଉଦାହରଣ :
নদন-বদন শস্যবোৰ বতাহত হালি-জালি আছিল
ଅର୍ଥ : স্ফূর্তি বা নিচাত শিৰ আৰু গা-অংশ আগলৈ-পিছলৈ আৰু ইফালে-সিফালে লৰচৰ কৰা কার্য
ଉଦାହରଣ :
লʼৰা-ছোৱালীবোৰে আনন্দত হালি-জালি আছে