ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ হাথিয়াৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

হাথিয়াৰ   বিশেষ্য

ଅର୍ଥ : যাৰ সহায়ত কোনো কাম সমাধা কৰা হয়

ଉଦାହରଣ : কুঠাৰ এবিধ সাধাৰণ সঁজুলি

ସମକକ୍ଷ : উপকৰণ, যতন, সঁজুলি, সাধন, হাতিয়াৰ

ଅର୍ଥ : যুদ্ধৰ আহিলা বা সা-সৰঞ্জাম:ভাৰতে বিদেশৰ পৰা অস্ত্র-শস্ত্র ক্রয় কৰে

ଉଦାହରଣ :

ସମକକ୍ଷ : অস্ত্র, অস্ত্র-শস্ত্র, অস্ত্র-সম্ভাৰ, আয়ুধ, যুদ্ধাস্ত্র, হাতিয়াৰ

ଅର୍ଥ : যি আহিলা বা উপকৰণেৰে যুদ্ধ আদিৰ সময়ত শত্রুক আক্রমণ কৰা হয় অথবা আত্মৰক্ষা কৰা হয়

ଉଦାହରଣ : তেওঁ ্ধাৰাল অস্ত্রৰে বাঘটোৰ ওপৰত আঘাত কৰিলে

ସମକକ୍ଷ : অস্ত্র, হাতিয়াৰ

ଅର୍ଥ : * কোনো দেশৰ সকলো হাথিয়াৰ বা উপকৰণ

ଉଦାହରଣ : অস্ত্র শস্ত্রৰ বিষয়ত ভাৰত পাকিস্তানতকৈ বহুত আগত

ସମକକ୍ଷ : অস্ত্র শস্ত্র, অস্ত্র-শস্ত্র