ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কʼলা মুখীয়া আৰু দীঘল নেজ থকা এবিধ ডাঙৰ আকাৰৰ বান্দৰ
ଉଦାହରଣ : লাংগুৰ বান্দৰ সাঁতোৰাত অতি নিপুণ
ସମକକ୍ଷ : লাংগুৰ বান্দৰ
ଅର୍ଥ : পৱন দেৱৰ পুত্র যাক বৰ শক্তিশলী আৰু অমৰ বুলি মনা হয়
ଉଦାହରଣ : হনুমান ৰামৰ ভক্ত আছিল
ସମକକ୍ଷ : পৱননন্দন, পৱনপুত্র, মহাবীৰ, মাৰুতি
ସଂସ୍ଥାପନ କରନ୍ତୁ