ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিয়ে কাৰোবাৰ প্রাণ লৈছে
ଉଦାହରଣ : হত্যাকাৰীক ্ ফাঁচীৰ শাস্তি ঘোষণা কৰা হৈছে
ସମକକ୍ଷ : বধী
ଅର୍ଥ : যি কাৰোবাক হত্যা কৰিছে
ଉଦାହରଣ : এই মোকর্দ্্মাত সকলো হত্যাকাৰী ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হʼল
ସମକକ୍ଷ : অপঘাতক, অপঘাতী, আততায়ী, খুনী, ঘাতক, নিহন্তা, প্রাণহন্তা, প্রাণহন্ত্রী, বধকর্ত্তা, বধকাৰী, বিনাশক, মাৰক, সংহাৰক, হননকাৰী, হন্তাৰক, হন্ত্রী, ্বধকর্তা
ସଂସ୍ଥାପନ କରନ୍ତୁ