ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ হতবুদ্ধি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

হতবুদ্ধি   বিশেষ্য

ଅର୍ଥ : যাৰ বুদ্ধি নাই বা কম

ଉଦାହରଣ : সমাজত মূর্খৰ ্ অভাৱ নাই

ସମକକ୍ଷ : অজগৌ, অজমূর্খ, অজ্ঞ, অজ্ঞানী, অবুদ্ধি, অহম্মক, আওগৰু, আজান, গমা-গৰু, গাধা, গো-মুর্খ, গোট গৰু, গোটকাঠ, গোমার্গা, গৰু, দগধা, নির্বোধ, বুদ্ধিশূন্য, বুদ্ধিহীন, ভোদা, মহামূর্খ, মূঢ়, মূঢ়মতি, মূর্খ, মূর্খ ্লোক, মূৰুখ, মূৰুখমতি, স্থূলবুদ্ধি, ্জধামূর্খ

হতবুদ্ধি   ক্ৰিয়া বিশেষণ

ଅର୍ଥ : কি কৰিব লাগে থিৰ কৰিব নোৱাৰা হোৱা অৱস্থা

ଉଦାହରଣ : হঠাৎ নিজৰ দেউতাকক দেখি চিগাৰেট খাই থকা সৌৰভ কিং্কর্তব্যবিমূঢ় হৈ পৰিল

ସମକକ୍ଷ : কিং্কর্তব্য-বিমূঢ়, কিং্কর্তব্যবিমূঢ়