ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যাৰ তলতকৈ তাৰ ওচৰে-পাজৰে থকা তল ওখ বা যি অলপ তলত বা গভীৰত
ଉଦାହରଣ : এভাৰেষ্টৰ তুলনাত নন্দা দেৱী চাপৰ পর্বত
ସମକକ୍ଷ : অনুচ্চ, চাপৰ, চাফৰ, চুটি-চাপৰ, চুটি-মুটি, নিম্ন
ଅର୍ଥ : মাত্রা, আকাৰ, বিস্তাৰ আদিত সীমিত বা বেলেগৰ তুলনাত কম
ଉଦାହରଣ : মোৰ ঘৰটো বৰ সৰু শিশুৰ কাৰণে মই এটা অকণমানি খেলনা কিনিব লাগে
ସମକକ୍ଷ : অকণমানি, অকমানি
ଅର୍ଥ : সৰু আকাৰ বা অবয়ৱযুক্ত
ଉଦାହରଣ : বাওনা মানুহজনে জপিয়াই জপিয়াই গছৰ ডালটো ধৰিবৰ কাৰণে চেষ্টা কৰি আছে
ସମକକ୍ଷ : বাওনা, বামন
ଅର୍ଥ : যাৰ জন্ম পিছত হৈছে
ଉଦାହରଣ : লক্ষ্মণ ৰামৰ অনুজ ভায়েক আছিল
ସମକକ୍ଷ : অনুজ, কনিষ্ঠ
ଅର୍ଥ : দীঘ আৰু প্রস্থত কম
ଉଦାହରଣ : দর্জীয়ে ব্লাউজটো বৰ ঠেক কৰি চিলাই দিলে আজিকালিৰ বেছিভাগ ডেকা-গাভৰুৱে সৰু কাপোৰ পিন্ধিবলৈ ভাল পায়
ସମକକ୍ଷ : চেপা, ঠেক
ସଂସ୍ଥାପନ କରନ୍ତୁ