ଅର୍ଥ : কোনো বস্তুৰ সৰু-সৰু অংগ বা অংশ ছিঙি পৰা অৱস্থা
ଉଦାହରଣ :
তেওঁৰ চুলি বহুত সৰিছে
ସମକକ୍ଷ : সৰি পৰা
ଅର୍ଥ : ঝাড়ুৰে জাবৰ আদি গুচোৱা কার্য
ଉଦାହରଣ :
তেওঁ নিজৰ ঘৰটোত ঝাড়ু দিছে
ସମକକ୍ଷ : ঝাড়ু দিয়া, ঝাড়ু লগোৱা