ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : পঞ্জাবৰ এখন প্রাচীন নদী
ଉଦାହରଣ : সৰস্বতী এতিয়া লুপ্ত হৈ গʼল সৰস্বতীৰ গণনা ভাৰতৰ ডাঙৰ নদীবোৰৰ ভিতৰত হয়
ସମକକ୍ଷ : সিন্ধুমাতা
ଅର୍ଥ : বিদ্যা আৰু বাণীৰ অধিষ্ঠাত্রী দেৱী
ଉଦାହରଣ : সৰস্বতীৰ বাহন হংস
ସମକକ୍ଷ : কাদম্বৰী, পদ্মাসনা, বাগ্দেৱী, বাণী, বিদ্যাদেৱী, বীণাপাণি, ভাৰতী, মহাশ্বেতা, শতৰূপা, শুক্লা, সর্ব্ব্্শুক্লা, সাৰদা, হংসবাহিনী, হংসাৰূহা
ସଂସ୍ଥାପନ କରନ୍ତୁ