ଅର୍ଥ : পাহৰি যোৱা অৱস্থা বা ভাৱ
ଉଦାହରଣ :
পাহৰণৰ কাৰণে বস্তু বিচাৰিলেও পোৱা নাযায়
ସମକକ୍ଷ : অপস্মাৰ, পাহৰণ, পাহৰণি, পাহৰি যোৱা-, প্রস্মৰণ, বিস্মৃতি, বিস্মৰণ, ভ্রম, স্মৃতিবিভ্রম, স্মৃতিভ্রংশ, স্মৃতিহানি
ଅର୍ଥ : স্মৃতিহীন হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ :
মূৰত বেছি আঘাত পোৱা কাৰণে তেওঁ স্মৃতিহীনতাত ভুগিছে
ସମକକ୍ଷ : প্রস্মৰণ, বিস্মৃতি, স্মৃতিবিভ্রম, স্মৃতিভ্রংশ, স্মৃতিহানি, স্মৃতিহীনতা