ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ স্মৃতি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

স্মৃতি   বিশেষ্য

ଅର୍ଥ : স্মৰণশক্তিৰ দ্বাৰা একত্র বা লাভ হোৱা জ্ঞান

ଉଦାହରଣ : সৰুকালৰ স্মৃতি অহাৰ লগে মন আনন্দত ভৰি পৰে

ସମକକ୍ଷ : খিয়াল, স্মৰণ

ଅର୍ଥ : মনত ৰাখিব পৰা শক্তি

ଉଦାହରଣ : এইজন বিষয়াৰ স্মৃতিশক্তি অতি ্দুর্বল

ସମକକ୍ଷ : স্মৃতিশক্তি, স্মৰণ শক্তি

ଅର୍ଥ : প্রথমে দেখা কথাৰে মনত উদয় হোৱা সংস্কাৰবোধ

ଉଦାହରଣ : স্মৃতি সহজে মনৰ মাজৰ পৰা মচিব নোৱাৰি

ସମକକ୍ଷ : অভিজ্ঞা