ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : সদায় আচৰণ কৰি লাভ কৰা এক ব্যৱহাৰিক নিয়ম:তেওঁ পুৱা সদায় সোনকালে উঠা অভ্যাস
ଉଦାହରଣ :
ସମକକ୍ଷ : অভ্যাস, আত্মভাব, গুণ, চৰিত্র, ধর্ম, ধাত, প্রকৃতি, প্রবণতা, প্রবৃতি, প্রবৃত্তি, স্বভাৱ
ଅର୍ଥ : কোনো বস্তুৰ বাহিৰৰ সেই অংশ যাৰ যোগেদি বস্তুবিধৰ দীঘ, প্রস্থ, প্রকাৰ, গুণাগুণ সম্পর্কে ্ জানিব পাৰি:দ্রৱৰ কোনো নিজা আকাৰ নাই
ସମକକ୍ଷ : আকাৰ, গঠন, গঢ়, মূর্তৰূপ, ৰূপ
ଅର୍ଥ : বস্তু বা ব্যক্তিৰ নিজস্ব গুণ বা ধর্ম
ଉଦାହରଣ : তেওঁ ্ লাজুক স্বভাৱৰ
ସମକକ୍ଷ : চৰিত্র, প্রকৃতি, মেজাজ, স্বভাৱ
ସଂସ୍ଥାପନ କରନ୍ତୁ