ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ স্বীকৃত ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

স্বীকৃত   বিশেষণ

ଅର୍ଥ : যাক অনুমতি দিয়া হৈছে

ଉଦାହରଣ : মই পঞ্চায়তৰ দ্বাৰা স্বীকৃত কামহে কৰোঁ

ସମକକ୍ଷ : অনুজ্ঞাত, অনুমত, অনুমতি দিয়া, অনুমতি প্রদান কৰা, অনুমোদনপ্রাপ্ত, অনুমোদিত

ଅର୍ଥ : যাৰ সহমত লাভ কৰিছে

ଉଦାହରଣ : চৰকাৰৰ দ্বাৰা স্বীকৃত এই আঁচনিখন অতি সোনকালে আৰম্ভ হʼব

ସମକକ୍ଷ : অনুমোদনপ্রাপ্ত, অনুমোদিত, মঞ্জুৰ, সমর্থন্্প্রাপ্ত

ଅର୍ଥ : যিটো স্বীকাৰ কৰা হৈছে

ଉଦାହରଣ : এইটো ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃত পৰিযোজনা

ସମକକ୍ଷ : মান্য

ଅର୍ଥ : যিটো অংগীকাৰ কৰা হৈছে বা যাক নিজৰ দায়িত্বত লোৱা হৈছে

ଉଦାହରଣ : তেওঁ নিজৰ কার্যভ্াৰ হাঁহিমুখে স্বীকাৰ কৰিলেএই সংস্থাটো চৰকাৰৰ দ্বাৰা স্বীকৃত

ସମକକ୍ଷ : অংগীকৃত, অঙ্গীকৃত, গৃহীত, পৰিগৃহীত, স্বীকাৰ

ଅର୍ଥ : যাৰ কাৰণে স্বীকৃতি লাভ কৰা হৈছে

ଉଦାହରଣ : স্বীকৃত আঁচনিখন এতিয়াও আৰম্ভ হোৱা নাই

ସମକକ୍ଷ : অনুমতি প্রাপ্ত