ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : নিজৰ কৰা বা গ্রহণ কৰা কার্য
ଉଦାହରଣ : বিবাহৰ দুবছৰ পিছতো বৰুণে নিজৰ পত্নীক স্বীকাৰ কৰিব নোৱাৰিলে
ସମକକ୍ଷ : গ্রহণ, মঞ্জুৰ
ଅର୍ଥ : যিটো অংগীকাৰ কৰা হৈছে বা যাক নিজৰ দায়িত্বত লোৱা হৈছে
ଉଦାହରଣ : তেওঁ নিজৰ কার্যভ্াৰ হাঁহিমুখে স্বীকাৰ কৰিলেএই সংস্থাটো চৰকাৰৰ দ্বাৰা স্বীকৃত
ସମକକ୍ଷ : অংগীকৃত, অঙ্গীকৃত, গৃহীত, পৰিগৃহীত, স্বীকৃত
ସଂସ୍ଥାପନ କରନ୍ତୁ