ଅର୍ଥ : কাৰো অধীনত নাথাকি মুক্তভাৱে থকা অৱস্থা বা ভাব
ଉଦାହରଣ :
তেওঁ ্ স্বাধীনতাৰ কাৰণে যুঁজি আছে
ସମକକ୍ଷ : অপৰাধীনতা, আজাদী, স্বতন্ত্রতা, স্বাতন্ত্র্যস, স্বৰাজ
ଅର୍ଥ : প্রতিবন্ধক বা বাধা নথকা
ଉଦାହରଣ :
মাত্রধিক স্বাধীনতাইও মানুহক বেয়া কৰে
ସମକକ୍ଷ : প্রতিবন্ধকহীনতা