ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিটো মচিব বা গুচাব নোৱাৰি
ଉଦାହରଣ : টাটু ছালৰ ওপৰত কৰিলোৱা এক স্থায়ী নিচান
ସମକକ୍ଷ : অনাশয়, অলোপ্য
ଅର୍ଥ : সলনি নোহোৱাকৈ সদায় একেদৰে থকা
ଉଦାହରଣ : সংসাৰৰ কোনো বস্তুৱেই স্থায়ী নহয়
ଅର୍ଥ : বহুত দিন ধৰি থকা
ଉଦାହରଣ : মোৰ ভাইটিয়ে বেংকত স্থায়ী চাকৰি পালে
ସଂସ୍ଥାପନ କରନ୍ତୁ