ଅର୍ଥ : কোনো বস্তু সংকুচিত হৈ পৰিলে হোৱা এক ধৰণৰ গঢ়
ଉଦାହରଣ :
কাপোৰৰ কোচ ইস্ত্ৰী কৰি আঁতৰাব পাৰি
ସମକକ୍ଷ : কোচ
ଅର୍ଥ : কোনো বস্তুৰ (বিশেষভাৱে কাপোৰ) অত্যধিক ওলট-পালট হোৱাৰ কাৰণে বেয়া হৈ যোৱা
ଉଦାହରଣ :
অত্যধিক ওলট-পালট হোৱাৰ কাৰণে এই কাপোৰখন সোত-মোচ খালে