ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ৰোগ বা পীড়া আদিৰ ৰৈ ৰৈ উঠা বেগ
ଉଦାହରଣ : বিষৰ কোব উঠাৰ লগে-লগে তেওঁ চিঞৰি উঠিল
ସମକକ୍ଷ : কোব, বেগ
ଅର୍ଥ : বৈ যোৱা কার্য ্বা ভাব
ଉଦାହରଣ : তেওঁ ্পানীৰ ্সোঁতত উটি গʼল
ସମକକ୍ଷ : ধাৰা, প্রবাহ, বেগ
ଅର୍ଥ : বায়ুৰ প্রৱাহ
ଉଦାହରଣ : জিলমিলিয়া ৰʼদ আছিল আৰু ৰৈ ৰৈ বতাহৰ সোঁত বৈ আছিল
ଅର୍ଥ : বৈ থকা বা প্রৱাহিত হৈ থকা দ্রৱ
ଉଦାହରଣ : নদীৰ ্সোঁতক বাধাদি বান্ধ নির্মাণ কৰা হয়
ସମକକ୍ଷ : ধাৰ, ধাৰা, প্রৱাহ
ସଂସ୍ଥାପନ କରନ୍ତୁ