ଅର୍ଥ : যুদ্ধৰ কাৰণে প্রশিক্ষিত আৰু অস্ত্র-শস্ত্রৰে সজ্জিত সৈনিক বা চিপাহীৰ গোট
ଉଦାହରଣ :
ভাৰতীয় সেনাবাহিনীয়ে শত্রুৰ শৃংখলা ছেদেলি-ভেদেলি কৰি দিলে
ସମକକ୍ଷ : ফৌজ, সেনা, সেনাদল, সেনানী, সেনাবাহিনী
ଅର୍ଥ : সেনাৰ সমূহ
ଉଦାହରଣ :
আলেকজেণ্ডাৰৰ পিছত ্তেওঁৰ দক্ষ সেনাবাহিনী গৈ আছে
ସମକକ୍ଷ : সেনাদল, সেনাবাহিনী