ଅର୍ଥ : জ্যেষ্ঠ, পূজনীয়, স্বামী আদিৰ সুখৰ কাৰণে কৰা কাম
ଉଦାହରଣ :
তেওঁ দিন-ৰাতি মাক-দেউতাকৰ সেৱাত ব্রতী হৈ থাকে
ସମକକ୍ଷ : পৰি্চর্যা
ଅର୍ଥ : কোনো বিশেষ বিভাগৰ দায়িত্বত থকা সার্বজনিক বা ৰাজহুৱা কার্য
ଉଦାହରଣ :
আজিকালি ৰেল আৰু বিমান সেৱা অধিক সুচল হৈ পৰিছে
ଅର୍ଥ : নকৰ বা চাকৰৰ কাম
ଉଦାହରଣ :
এই ঘৰটোৰ সেৱা মই আজি কুৰি বছৰ ধৰি কৰি আহিছো
ଅର୍ଥ : আনৰ বাবে কর্তব্যৰ পালন, স্থানৰ ব্যৱস্থাআৰু সহায়কাৰী উপকৰণ আদি
ଉଦାହରଣ :
ইয়াৰ হোটেলবোৰত ভাল সেৱা পোৱা যায়