ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যুদ্ধৰ কাৰণে প্রশিক্ষিত আৰু অস্ত্র-শস্ত্রৰে সজ্জিত সৈনিক বা চিপাহীৰ গোট
ଉଦାହରଣ : ভাৰতীয় সেনাবাহিনীয়ে শত্রুৰ শৃংখলা ছেদেলি-ভেদেলি কৰি দিলে
ସମକକ୍ଷ : ফৌজ, সেনা, সেনাদল, সেনানী, সৈন্যদল
ଅର୍ଥ : সেনাৰ সমূহ
ଉଦାହରଣ : আলেকজেণ্ডাৰৰ পিছত ্তেওঁৰ দক্ষ সেনাবাহিনী গৈ আছে
ସମକକ୍ଷ : সেনাদল, সৈন্যদল
ସଂସ୍ଥାପନ କରନ୍ତୁ