ଅର୍ଥ : যিজনে ৰচনা কৰে বা কোনো বস্তু তৈয়াৰ কৰে
ଉଦାହରଣ :
হিন্দু ধর্ম অনুসৰি ব্রহ্মাই এই সৃষ্টিৰ সৃজনকর্তা
ସମକକ୍ଷ : প্রণেতা, সৃষ্টিকর্তা, ৰচনাকাৰ, ৰচয়িতা
ଅର୍ଥ : সংৰচনা বা গঢ় দিওঁতাজন
ଉଦାହରଣ :
হিন্দু ধর্ম্্শাস্ত্র অনুসৰি ব্রহ্মাণ্ডৰ সৃষ্টি্কর্তা হৈছে ব্রহ্মা
ସମକକ୍ଷ : সৃষ্টি্কর্তা, স্রষ্টা