ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সুৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সুৰ   বিশেষ্য

ଅର୍ଥ : স্বর্গ আদিত বাস কৰে বুলি বিশ্বাস কৰি ভক্তি সহকাৰে পূজা কৰা অমৰ প্রাণী

ଉଦାହରଣ : এই মন্দিৰটোত ভালেমান দেৱতাৰ মূর্তি স্থাপন কৰা আছে

ସମକକ୍ଷ : দেৱ, দেৱতা, দৈত্যাৰি

ଅର୍ଥ : সংগীতৰ সাতোটা নিশ্চিত ধ্বনি

ଉଦାହରଣ : ষড়জ, ঋষভ, গান্ধাৰ, মধ্যম, পঙ্কজ, ধৈৱৎ আৰু নিষাদ -- এই কেইটা সংগীতৰ সপ্ত স্বৰ

ସମକକ୍ଷ : স্বৰ

ଅର୍ଥ : গীত পৰিবেশনৰ বিশেষ আৰু সুন্দৰ ভঙ্গিমা

ଉଦାହରଣ : এই গায়িকা গৰাকীৰ সুৰ বৰ ভাল

ସମକକ୍ଷ : কণ্ঠ, লয়

সুৰ   বিশেষণ

ଅର୍ଥ : যিজনে বীৰত্বৰে বা সাহসেৰে কোনো কাম কৰে

ଉଦାହରଣ : সাহসী ব্যক্তিয়ে কেতিয়াও কোনো কামত পিছ ্ হোঁহকা নিদিয়ে

ସମକକ୍ଷ : পৰাক্রমী, বলৱান, বাহাদুৰ, বীৰ, সাহসী