ଅର୍ଥ : কোনো নি্র্ধাৰিত সীমা, ঠাই আদিৰ ভিতৰলৈ অহা কার্য
ଉଦାହରଣ :
তেওঁ বলপূর্বক্্ভাৱে দুজন লোকক চিনেমা ঘৰত প্রৱেশ কৰালে
ସମକକ୍ଷ : প্রৱেশ কৰোৱা
ଅର୍ଥ : কোমল অংশত কোনো জোঙা বস্তু আদি ভৰাই দিয়া
ଉଦାହରଣ :
তেওঁ ্ মোৰ হাতত বেজীৰে খুঁচি দিলে
ସମକକ୍ଷ : খুঁচি দিয়া, খুঁচ্া, সুমুৱাই দিয়া