ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যʼত বাধা বা অৱৰোধ নাই
ଉଦାହରଣ : এইটো বাধাহীন মার্গ
ସମକକ୍ଷ : অপ্রতিহত, অবাধ, অবাধিত, অবাৰিত, নির্বিঘ্ন, নিষ্কণ্টক, বাধাশূন্য, বাধাহীন, মসৃণ
ଅର୍ଥ : সহজে যাব বা উপনীত হʼব পৰা
ଉଦାହରଣ : হিমালয়ৰ ওখ শৃঙ্গত বগোৱাটো সুগম নহয়
ସମକକ୍ଷ : সুগম্য
ଅର୍ଥ : জটিলতা নোহোৱা আৰু যিটো সোনকালে হয়
ଉଦାହରଣ : ভক্তি ভগৱান লাভৰ সহজ পথ
ସମକକ୍ଷ : অজটিল, অনায়াসসাধ্য, উজু, ঢিলা, সহজ, সহজ-সৰল, সহজসাধ্য, সুকৰ, সুখসাধ্য, সৰল
ସଂସ୍ଥାପନ କରନ୍ତୁ