ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সুখপ্রদ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সুখপ্রদ   বিশেষ্য

ଅର୍ଥ : যি আনন্দ দিয়ে বা যাৰ পৰা আনন্দ বা প্রসন্নতা পোৱা যায় বা যি প্রসন্নতাৰ কাৰণ হয়

ଉଦାହରଣ : আপোনাৰ সংগই মোৰ বাবে আনন্দ

ସମକକ୍ଷ : আনন্দ, প্রসন্নতা, হর্ষ, ্আনন্দদায়ক

সুখপ্রদ   বিশেষণ

ଅର୍ଥ : যিয়ে আনন্দ প্রদান কৰে

ଉଦାହରଣ : মোৰ ভ্রমণটো আনন্দদায়ক আছিল অন্তাক্ষৰী এটা আনন্দপ্রদ খেল

ସମକକ୍ଷ : আনন্দকাৰী, আনন্দদায়ক, আনন্দদায়ী, আনন্দপ্রদ, ৰমণীয়

ଅର୍ଥ : যিয়ে সকলো সুখ লাভ কৰিছে বা যিজন সুখত থাকে:আমি সকলোৰে সুখী জীৱন কামনা কৰোঁ

ଉଦାହରଣ :

ସମକକ୍ଷ : সুখকাৰক, সুখকৰ, সুখজনক, সুখময়, সুখী

ଅର୍ଥ : সুখ বা আনন্দ দিওতাঁ

ଉଦାହରଣ : আপোনাৰ সান্নিধ্য মোৰ বাবে সুখদায়ক

ସମକକ୍ଷ : সুখকাৰী, সুখদায়ক, সুখদায়ী, সুখপূর্ণ, সুখী