ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি ঠাইত সীমা শেষ হৈছে
ଉଦାହରଣ : এই জুৰিটোৱেই মোৰ গাঁৱৰ শেষ সীমা
ସମକକ୍ଷ : চৰমসীমা, পৰিসীমা, শেষ সীমা, শেষসীমা
ଅର୍ଥ : কোনো প্রদেশ বা বস্তুৰ চাৰিওফালে বিস্তাৰিত হৈ থকা ঠাইৰ অন্তিম সীমা বা স্থান
ଉଦାହରଣ : ভাৰতবর্ষৰ সীমাত সেনা-জোৱান অতন্দ্র প্রহৰীৰ দৰে থিয় হৈ আছে
ସମକକ୍ଷ : বʼর্ডাৰ, সীমা
ସଂସ୍ଥାପନ କରନ୍ତୁ