ଅର୍ଥ : সিংহল দ্বীপৰ অধিবাসী
ଉଦାହରଣ :
সিংহলী আৰু তামিল দুয়োপক্ষই শ্রীলংকাৰ সমস্যাৰ শীঘ্রে সমাধান হোৱাটো বিচাৰে
ସମକକ୍ଷ : শ্রীলংকা বাসী, শ্রীলংকা-বাসী, শ্রীলংকাবাসী, সিংহল
ଅର୍ଥ : সিংহল দ্বীপৰ ভাষা
ଉଦାହରଣ :
শ্রীলংকাত সিংহলী তথা তামিল দুয়োটা ভাষাৰ প্রচলন আছে
ଅର୍ଥ : পালি, সিংহলী আদি ভাষা লিখা লিপি
ଉଦାହରଣ :
তেওঁ সিংহলীত লিখা শ্্ব্দবোৰ পঢ়িবলৈ চেষ্টা কৰি আছে
ସମକକ୍ଷ : সিংহলী লিপি
ଅର୍ଥ : সিংহল দ্বীপ বা সিংহল দ্বীপৰ সৈতে সম্বন্ধ থকা
ଉଦାହରଣ :
সিংহলী সমস্যাই দেশৰ বিকাশত বাধা-প্রদান কৰি আছে
ସମକକ୍ଷ : শ্রীলংকান
ଅର୍ଥ : সিংহল দ্বীপত থকা
ଉଦାହରଣ :
বোমা বিস্ফোৰণত ভালেমান সিংহলী সৈন্য নিহত হʼল
ଅର୍ଥ : সিংহলী ভাষা সম্বন্ধীয় বা সিংহলী ভাষাৰ
ଉଦାହରଣ :
মই সিংহলী সাহিত্য পঢ়িবলৈ ভাল পাওঁ